মিচিং ভাষা-সাহিত্যৰ ইতিহাস | ড০ জ্যোতিৰেখা হাজৰিকা

OCT 14, 202649 MIN

Description

Got something to say to this podcast? Send a voicemail, and you might hear yourself on the next episode! নামটেমেৰা যুৱ মঞ্চ আৰু টংকেশ্বৰ লইং মেম’ৰিয়েল ট্ৰাষ্টৰ উদ্যোগত বিশিষ্ট ভাষাবিদ, সাহিত্যিক, সমাজ সংগছক তথা গোলাঘাট জিলাৰ অন্যতম বাটকটীয়া প্ৰয়াত টংকেশ্বৰ লইঙ নৱম সংখ্যক স্মৃতিচাৰণ অনুষ্ঠানত বিশিষ্ট ভাষাবিদ, অধ্যাপক ড০ জ্যোতিৰেখা হাজৰিকাই প্ৰদান কৰা ভাষণৰ সম্পাদিত ৰূপ। বিষয়- মিচিং ভাষা-সাহিত্যৰ ইতিহাস | This podcast features a lecture delivered in Assamese by eminent linguist Prof Jyotirekha Hazarika on the topic History of Mising Language and Literature at the Ninth Tankeswar Loying memorial programme jointly organised by Namtemera Yuva Mancha and Tankeswar Loying Memorial Trust. বাণীবন্ধন- ইভান লইং ফটো - ইভান লইং সংগীত -প্ৰিয়ানুজ পৰাশৰ