প্ৰিয়ংকা দাসৰ ‘মাৰফৎ পাঠশালা’ | গ্ৰন্থ আলোচনা
Got something to say to this podcast? Send a voicemail, and you might hear yourself on the next episode! তৰুণ গল্পকাৰ প্ৰিয়ংকা দাসৰ প্ৰথম গল্প সংকলন মাৰফৎ পাঠশালাৰ বিষয়ে নিজাইনৰ কাৰ্যবাহী সম্পাদক ৰত্না ভৰালী তালুকদাৰে কৰা এটি আলোচনা । প্ৰকাশকঃ বৰ্ণ, যশোৱন্ত ৰোড, পাণবজাৰ, গুৱাহাটী সংগীতঃ প্ৰিয়ানুজ পৰাশৰ A review in Assamese by NEZINE Executive Editor Ratna Bharali Talukdar of Marfat Pathsala – a collection of short stories by young Assamese short story writer Priyanka Das and published by Barna, Jaswant Road, Panbazar, Guwahati.