সপোনৰ হাঁহি – সপোনজ্যোতি ঠাকুৰৰ গল্প সংকলন

OCT 1, 20267 MIN

Description

Got something to say to this podcast? Send a voicemail, and you might hear yourself on the next episode! NEZINE's podcast: বিশিষ্ট নাট্যকাৰ আৰু গল্পকাৰ সপোনজ্যোতি ঠাকুৰৰ গল্প সংকলন ‘সপোনৰ হাঁহি'ৰ বিষয়ে নিজাইনৰ কাৰ্যবাহী সম্পাদক ৰত্না ভৰালী তালুকদাৰে কৰা এটি আলোচনা । গল্প সংকলনখনৰ প্ৰকাশক - পূৰ্বায়ণ প্ৰকাশন । A podcast in Assamese by NEZINE Executive Editor Ratna Bharali Talukdar featuring a discussion of Hopunor hahi: A collection of Short Stories by noted Playwright and Short Story writer Saponjyoti Thakur and published by Purbayon Publication.